/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত বন কৰ্মী...
ডিজিটেল সংবাদ কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন। গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এজন বনকৰ্মী। কহঁৰা বনাঞ্চাসত সংঘটিত হৈছে এই ঘটনা।
মঙ্গলবাৰে কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ বকপাৰা বন শিবিৰ এলেকাত কৰ্তব্যত নিয়োজিত হৈ থকাৰ অৱস্থাতে এই আক্ৰমণৰ সন্মুখীন হয় বনকৰ্মীজন। আহত বনকৰ্মীজনৰ নাম পিংকু চন্দ্ৰ নাথ।
এই ঘটনাৰ পাছতে তেওঁত কহঁৰা অসামৰিক চিকিৎসালয়ত ভৰ্তী কৰোৱা হয় যদিও তেওঁক উন্নত চিকিৎসাৰ প্ৰয়োজন হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us