গোলাঘাটৰ জামুগুৰিত প্ৰায় তিনি কোটি টকাৰ হিৰ'ইন জব্দ...

গোলাঘাটৰ জামুগুৰিত প্ৰায় তিনি কোটি টকাৰ হিৰ'ইন জব্দ...

author-image
Asomiya Pratidin
New Update
গোলাঘাটৰ জামুগুৰিত প্ৰায় তিনি কোটি টকাৰ হিৰ'ইন জব্দ...

গোলাঘাটৰ জামুগুৰিত প্ৰায় তিনি কোটি টকাৰ হিৰ'ইন জব্দ...

ডিজিটেল সংবাদ মেৰাপানীঃ গোলাঘাটৰ জামুগুৰিত প্ৰায় তিনি কোটি টকাৰ হিৰ'ইন জব্দ। ডিমাপুৰৰ পৰা AS05 J 4519 নম্বৰৰ এখন টাটা জেষ্ট বাহনেৰে গোলাঘাটৰ অভিমুখে আহি থকা অৱস্থাত জব্দ কৰে ড্ৰাগছ ভৰ্তি বাহনখন।

Advertisment

আৰক্ষীয়ে আটক কৰে নাজিম শ্বেখ নামৰ সোণাৰীৰ এজন যুৱকক। ৫৭ টা প্লাষ্টিকৰ চবোনৰ বাকচত ভাৰই আনিছিল ৬.২০ গ্ৰাম হিৰ'ইন।

আৰক্ষীয়ে তালাচী চলাই গাড়ীখন পিছফালৰ লাইটৰ ভিতৰত বিশেষ কায়দাৰে লুকুৱাই অনা অৱস্থাৰ পৰা উদ্ধাৰ কৰে। উল্লেখ্য, গোলাঘাট সদৰ আৰক্ষী উপ-অধীক্ষক জন দাসৰ নেতৃত্বত জামুগুৰি, বৰপথাৰ আৰু সৰুপথাৰ আৰক্ষীয়ে চলাইছিল এই অভিযান।

Also Read: ২১ জুলাইৰ পৰা দিল্লীত ইউনেস্কৰ বৈঠকঃ চৰাইদেউ মৈদামক্ষেত্ৰই বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ সম্ভাৱনা...

ড্ৰাগছ সৰবৰাহকাৰী