/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
-
গোলাঘাটৰ খুমটাইৰ তামুলীপথাৰত পথ দুৰ্ঘটনা।
-
তীব্রবেগী বলেৰ’ৰ খুন্দাত নিহত এজন যুৱক।
-
দেওবাৰে নিশা সংঘটিত হয় পথ দুৰ্ঘটনাটো।
-
আন এজন যুৱকৰ অৱস্থা সংকটজনক।
-
নিহত যুৱকজন কচুপথাৰৰ সৰুধন কুৰ্মী বুলি চিনাক্ত।
-
গুৰুতৰভাৱে আহত অজয় কুৰ্মীক চিকিৎসালয়ত ভৰ্তি।
-
দুৰ্ঘটনাৰ পিছতে পথৰ কাষৰ পথাৰত পৰেগৈ বলেৰ’ বাহনখন।
-
ঘটনাস্থলীত উপস্থিত আৰক্ষী।