গোলাঘাটৰ নিচামুক্তি কেন্দ্ৰত চিলঙৰ যুৱকৰ আত্মহত্যা

গোলাঘাটৰ নিচামুক্তি কেন্দ্ৰত চিলঙৰ যুৱকৰ আত্মহত্যা

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

জামুগুৰিহাটৰ নবিল গাঁৱত বিবাহিত যুৱকৰ আত্মহত্যা...

ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাট চহৰৰ চন্দন নগৰস্থিত এটা নিচামুক্তি কেন্দ্ৰত এজন যুৱকে কেন্দ্ৰৰ ভিতৰতে আত্মহত্যা কৰাৰ ঘটনাই ইয়াত চাঞ্চ্যল্যৰ সৃষ্টি কৰিছে। ঘটনাটো সংঘটিত হয় শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত।

Advertisment

কেন্দ্ৰটোৰ পৰিচালক গৰাকীয়ে জনোৱা মতে নিচাসক্ত হাৰ্বাত লিংডো নামৰ শ্বিলঙৰ এই ২৮ বছৰীয়া যুৱক জনক ১৫ দিনৰ পূৰ্বে তেওঁৰ পৰিয়ালৰ লোকে নিচামুক্তি কেন্দ্ৰটোত থৈ গৈছিল। শুকুৰবাৰে নিশা প্ৰায় ৩ বজাত কেন্দ্ৰটোৰ এজন কৰ্মচাৰীয়ে বাথৰুমলৈ যাওতেই বাথৰুমত যুৱকজনক চীপ লোৱা অৱস্থাত দেখি কৰ্তৃপক্ষক খবৰ দিয়ে। কৰ্তৃপক্ষই লগে লগে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

Also Read: মধ্যপ্ৰদেশ, ছত্তিশগড় বিধানসভাৰ ভোটগ্ৰহণঃ আশাপ্ৰদ জনতাৰ সহাৰি...

rehabilitation centre