New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/fdbb6536-6872-4a98-a125-c62ffb73c6df/Update.jpg)
গোলাঘাটৰ শিহৰণকাৰী হত্যাকাণ্ডৰে জড়িত অভিযুক্তৰ আত্মসমৰ্পণ।
আত্মসমৰ্পণ কৰা হত্যাকাৰীজন নাজিবুৰ ৰহমান।
৯ মহীয়া সন্তানসহ আত্মসমৰ্পণ নাজিবুৰৰ।
সোমবাৰে দিন-দুপৰতে পত্নী, শাহু-শহুৰক হত্যা কৰিছিল নাজিবুৰে।
ঘটনাৰ পিছতেই আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে হত্যাকাৰীজনে।
Also Read: গোলাঘাটত লোমহৰ্ষক ঘটনাঃ পিতৃ-মাতৃ আৰু কন্যাক দিন-দুপৰতে হত্যা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us