/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/dangor-khobr.jpg)
গোলাঘাটত গাঞ্জা সৰবৰাহকাৰীয়ে আক্ৰমণ কৰিলে আৰক্ষীক...
গোলাঘাটৰ ৰাইদিঙীয়াত চাঞ্চল্যকৰ ঘটনা।
অভিযানকাৰী আৰক্ষীক আক্রমণ গাঞ্জা সৰবৰাহকাৰীৰ।
প্রতাপ শইকীয়া আৰু তেওঁৰ পত্নীয়ে আক্রমণ কৰে আৰক্ষীৰ দলটোক।
কুঠাৰ, লাঠিৰে কৰা অতৰ্কিত আক্রমণত আহত আৰক্ষী বিষয়া।
আহত ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ছয়নিকা বৰকটকী।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে দুই সৰবৰাহকাৰীক।
ধৃতদ্বয় প্রতাপ শইকীয়া আৰু উপেন শইকীয়া।
Also Read: অসম তথা ভাৰতত অল কাইদাৰ সদস্য নিয়োগ কৰা শীৰ্ষ নেতা আবু তালহাক গ্ৰেপ্তাৰ...