গোলাঘাটত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড

dangor khabar
dangor khabar
  • গোলাঘাটৰ ৰাংঢালীৰ হাঁহখোৱা চুকত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে।

  • এই অগ্নিকাণ্ডৰ ফলত মানস বৰা নামৰ লোকজনৰ বাসগৃহটো সম্পূর্ণ ৰূপে জ্বলি শেষ হয় যায়।

  • মাটিৰ চাকিৰ পৰা এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে যদিও এইপৰ্যন্ত কাৰণ স্পষ্ট হোৱা নাই।

  • অগ্নিকাণ্ডৰ সময়ত ঘৰত কোনো উপস্থিত নাছিল।

  • ঘৰটোৰ ভিতৰত থকা সকলো সামগ্ৰী জুইত জাহ গৈ প্ৰায় লক্ষাধিক টকাৰ সা সম্পত্তিৰ ক্ষয় ক্ষতি হয়।

  • পৰবৰ্তী সময়ত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

dangor khabar
পুনৰ মহানগৰীৰ পৰা নিৰুদ্দেশ ৩গৰাকী ছাত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in