/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/big-news-face-750x430-1-1.jpg)
-
কাজিৰঙাত তীব্ৰবেগী বাহনৰ খুন্দাত পহুৰ মৃত্যু
-
কাজিৰঙাৰ হালধিবাৰী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যু হয় পহুটোৰ
-
বানৰ বাবে কাৰ্বি পাহাৰলৈ পথ অতিক্ৰম কৰাৰ সময়তে গাড়ীয়ে খুন্দা মাৰে পহুটোক
-
উল্লেখ্যে যে বানৰ সময়ত বাহনৰ গতিবেগ হ্ৰাস কৰিবলৈ আহ্বান জনোৱা হয় যদিও একাংশই গুৰুত্ব নিদিয়ে
-
বানৰ সময়ত বৰ্তমানলৈ গাড়ীৰ খুন্দাত মৃত্যু হৈছে ৬ টাকৈ বন্যপ্ৰাণীৰ।
Also Read: নলবাৰীত নৃশংস হত্যাকাণ্ড : পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ