New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/25bdbc89-2296-4045-89fa-aa79bdda0eb2/2.jpg)
দেওবাৰে নিশা ড্রাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ অভিযান।
গোলাঘাট কলেজ তিনিআলিৰ সমীপত এটা বাসগৃহত অভিযান।
অভিযানত দুই লাখ টকাৰ হেৰ’ইন জব্দ।
ঘটনা সন্দৰ্ভত ২ ড্রাগছ সৰবৰাহকাৰীক আটক।
আটক: মৃণাল বৰা, মহম্মদ আলী।
আৰক্ষীয়ে জব্দ কৰিছে ৪খন বিলাসী বাহন, এখন স্কুটী।
Also Read: ক্ৰিকেট বিশ্ব মহাৰণত আজি নিউজিলেণ্ড বনাম নেদাৰলেণ্ড