'সুৰা'ৰ লীলাঃ বিধানসভাৰ উপাধ্যক্ষৰ এছক'ৰ্টত খুন্দা এল্ট' বাহনৰ...

'সুৰা'ৰ লীলাঃ বিধানসভাৰ উপাধ্যক্ষৰ এছক'ৰ্টত খুন্দা এল্ট' বাহনৰ...

author-image
Asomiya Pratidin
New Update
'সুৰা'ৰ লীলাঃ বিধানসভাৰ উপাধ্যক্ষৰ এছক'ৰ্টত খুন্দা এল্ট' বাহনৰ...

'সুৰা'ৰ লীলাঃ বিধানসভাৰ উপাধ্যক্ষৰ এছক'ৰ্টত খুন্দা এল্ট' বাহনৰ...

ডিজিটেল ডেস্কঃ কথমপি প্ৰাণ ৰক্ষা পৰিল বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন। শনিবাৰে সন্ধিয়া গোলাঘাটত এক পথ দুৰ্ঘটনাৰ সন্মুখীন হয় নোমল মমিনৰ এছক'ৰ্ট বাহন।

Advertisment

জানিব পৰা মতে গোলাঘাটত নোমল মমিনৰ এছক'ৰ্ট মহিন্দ্ৰা থাৰ আৰু এল্ট'ৰ মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাত সংঘটিত হোৱাৰ সময়ত এল্ট'খনৰ চালকগৰাকী আছিল সুৰাসক্ত অৱস্থাত।

এই দুৰ্ঘটনাত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে এছক'ৰ্ট বাহনখনত থকা এগৰাকী আৰক্ষীৰ লোক। ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে সুৰাসক্ত এল্ট' চালকগৰাকীক।

Also Read: বৰ্ষাপাৰাত ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ঃ ২৫ হাজাৰ টিকট বিক্ৰী...

পথ দুৰ্ঘটনা নোমল মমিন