অসম নিৰ্বাচন-২০১৯ গোলাঘাটত ৩ বজাৰলৈকে ভোটদানৰ হাৰ… গোলাঘাটত ৩ বজাৰলৈকে ভোটদানৰ হাৰ… asomiyapratidin 11 Apr 2019 16:02 IST Follow UsNew Updateগোলাঘাট জিলাত অব্যাহত ভোটদান।জিলাখনৰ গোলাঘাট আৰু খুমটাই বিধানসভা সমষ্টিত ভোটদান কৰিবলৈ ৰাইজৰ ভিৰ।বিয়লি ৩ বজাৰ লৈকে গোলাঘাট সমষ্টিত ৫৮.৭০ শতাংশ ভোটদান।ইফালে খুমটাইত সম্পন্ন ৫৩.০৩ শতাংশ ভোটদান সম্পন্ন।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক