অসম নিৰ্বাচন-২০১৯ গোলাঘাটত দুপৰীয়া ১ বজাৰ লৈকে ভোটদানৰ হাৰ… গোলাঘাটত দুপৰীয়া ১ বজাৰ লৈকে ভোটদানৰ হাৰ… asomiyapratidin 11 Apr 2019 13:25 IST Follow UsNew Updateগোলাঘাট জিলাত অব্যাহত ভোটদান।জিলাখনৰ গোলাঘাট আৰু খুমটাই বিধানসভা সমষ্টিত ভোটদান কৰিবলৈ ৰাইজৰ ভিৰ।দুপৰীয়া ১ বজাৰ লৈকে গোলাঘাট সমষ্টিত ৪০.৯৫ শতাংশ ভোটদান।ইফালে খুমটাইত সম্পন্ন ৩৯.৭৫ শতাংশ ভোট।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক