গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ২ জন…

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ২ জন…

author-image
asomiyapratidin
New Update
পুনৰ এনকাউন্টাৰ, পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলী…

ডিজিটেল সংবাদ, গোলাঘাট: বুধবাৰে গোলাঘাটৰ পুলিবৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা। টাটা মেজিক আৰু ট্রাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ লোক। নিহত হোৱা দুজন লোক ক্ৰমে গুলেন ফুকন আৰু বিনোদ নায়ক বুলি জানিব পৰা গৈছে।

ইয়াৰোপৰি গুৰুতৰভাবে আহত অনুপ গগৈ আৰু মুখেশ্বৰ শইকীয়া। আহত দুজনক শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়লৈ প্রেৰণ কৰা হয়।

আৰু পঢ়ক: চিৰাঙৰ ভূটান সীমান্তত দিন দুপৰতে বৃহৎ বন্যহস্তীৰ জাক, শংকিত ৰাইজ…

assam road accident golaghat dead