New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- গোলাঘাটত আন লোকৰ নামত ভোটদানৰ অভিযোগ এজন কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে।
- ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি।
- ভোটদান কৰাত বাধা প্ৰদান অগপ কৰ্মীসকৰ।
- ৰতনপুৰ গাঁও পঞ্চায়তৰ ১৭২নং ভোটকেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা।
- কংগ্ৰেছ কৰ্মীয়ে ভাঙি লণ্ডভণ্ড কৰে অগপৰ কাৰ্যালয়।
- আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
- আৰক্ষীয়ে আটক কৰে ৩জন কংগ্ৰেছ কৰ্মীক।
- লোককেইজন হৈছে নুমোল দাস, অতুল দাস আৰু বিজিত দাস।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us