New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/accident-1.jpg)
- গোলাঘাটৰ মুৰফুলনী তিনিআলিত তীব্রবেগী উইংগাৰ দুৰ্ঘটনাগ্রস্ত।
- সোমবাৰে সংঘটিত হয় এই ঘটনা।
- দ খাৱৈত পৰিল ব'লবম ভক্তৰে ভৰ্তি উইংগাৰ বাহন।
- শিশু, মহিলা-পুৰুষকে ধৰি প্রায় ১৫গৰাকী লোক আঘাতপ্রাপ্ত।
- নগাঁৱৰ পৰা সৰুপথাৰ অভিমুখী আছিল উইংগাৰখন।
- স্থানীয় লোকৰ সহযোগত আহতসকলক চিকিৎসালয়লৈ প্রেৰণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us