New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- গোগামুখৰ ন-গাঁৱত চাঞ্চল্যকৰ ডকাইতি।
- গৃহস্থক চোকা অস্ত্রৰে আক্রমণ কৰি ডকাইতৰ লুটপাত।
- ধেমাজি কোষাগাৰৰ কৰ্মচাৰী দিচেন গগৈ শইকীয়াৰ ঘৰত ডকাইতি।
- তিনি ডকাইতে লুটি নিলে নগদ ধন, সোণৰ গহনা।
- মহিলাগৰাকী অকলে থকা সুযোগতে লুটপাত ডকাইতৰ।
- আহত মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us