New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/6a1f99b3-876e-4fa4-912e-f246a45cd62d/download.jpg)
agrani khabar
-
গোৱালপাৰাৰ ৰংজুলিত বনৰীয়া হাতীৰ মৃত্যু।
-
কুশধোৱা-ৰংৰঙা পাৰাত সংঘটিত এই ঘটনা।
-
ধাননি পথাৰত পৰি আছে মৃত হাতীটো।
-
এই পৰ্যন্ত হাতীটোৰ মৃত্যুৰ কাৰণ জনা হোৱা নাই।
Also Read: ঢকুৱাখনাত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ