ধূপধৰাত বন্যহস্তীৰ আক্রমণত গুৰুতৰভাৱে আহত এজন

ধূপধৰাত বন্যহস্তীৰ আক্রমণত গুৰুতৰভাৱে আহত এজন

author-image
Asomiya Pratidin
New Update
ধূপধৰাত বন্যহস্তীৰ আক্রমণত গুৰুতৰভাৱে আহত এজন

ডিজিটেল ডেস্কঃ গোৱালপাৰাৰ ধূপধৰাৰ ধনুভাঙাত বন্যহস্তীৰ আক্রমণ। হাতীৰ আক্রমণত গুৰুতৰভাৱে আহত হৈছে এজন যুৱক। আহত যুৱকজন গাঠিয়াপাৰাৰ বিজয় কছাৰী বুলি জানিব পৰা গৈছে।

Advertisment

জানিব পৰা মতে, বনাঞ্চলৰ পৰা খৰি আনিবলৈ যাওঁতে হাতীয়ে আক্রমণ কৰে যুৱকজনক। ইতিমধ্যে গুৰুতৰভাৱে আহত যুৱকজনক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে।

Wild elephanat