/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/d63e2c75-4b5d-4eea-800e-719cb73300c3/goalpara_28.jpg)
ঘোচ লওতেই গ্ৰেপ্তাৰ গোৱালপাৰাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ দুই কৰ্মচাৰী...
-
গোৱালপাৰাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত চি এম ভিজিলেন্স দল।
-
ভিজিলেন্সৰ অভিযানত দুগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ।
-
ফাৰ্মাচী লাইচেন্সৰ বাবে দাবী কৰিছিল ১৯ হেজাৰ টকা।
-
মহিবুল ইছলাম নামৰ ফাৰ্মাচিষ্ট এগৰাকীক কৰিছিল ধন দাবী।
-
দহ হেজাৰ টকা ঘোচ লওঁতেই অভিযানকাৰী দলে হাতেলোটে ধৰিলে দুই কৰ্মচাৰীক।
-
গ্ৰেপ্তাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দিপজিৎ চৰকাৰ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰী আনচাৰ আলী ।
-
দুয়োৱে পূৰ্বতে আদায় লৈছিল চাৰি হেজাৰ টকা
Also Read: ১১ হাজাৰৰো অধিক বিহুৱা, বিহুৱতীৰে বিশ্ব ৰেকৰ্ডঃ এগৰাকী শিল্পীৰ নামত ব্য়য় হ'ব ১০ হাজাৰ ৫০০ টকা...