/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/818ca588-e9ba-4554-9c4b-e48bf0351883/111.jpg)
-
দুধনৈৰ লেঠেংপাৰাত পথ দুৰ্ঘটনা।
-
অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত স্কুটী আৰোহী।
-
নিহত যুৱকজন কৃষ্ণাইৰ শালপাৰাৰ ৰাহুল ৰাভা বুলি চিনাক্ত কৰা হৈছে।
-
১৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।
-
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে অচিনাক্ত বাহনখন।
-
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহসহ স্কুটীখন উদ্ধাৰ কৰে।
Also Read: ইজৰাইল-হামাছৰ যুদ্ধত সাংবাদিকৰ মৃত্যু