গোৱালপাৰাত পুৱাই দুৰ্ঘটনাঃ থিতাতে নিহত ২ জন...

গোৱালপাৰাত পুৱাই দুৰ্ঘটনাঃ থিতাতে নিহত ২ জন...

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

গোৱালপাৰাত পুৱাই দুৰ্ঘটনাঃ থিতাতে নিহত ২ জন... road accident

ডিজিটেল ডেস্কঃ পুৱাই গোৱালপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হৈছে এহাল দম্পতী।

Advertisment

গোৱালপাৰাত আগিয়াত সংঘটিত হোৱা এই দুৰ্ঘটনাত আন ৩ জন লোকো আহত হৈছে। জানিব পৰা মতে এখন ব্ৰীজা বাহনে গেছ চিলিণ্ডাৰ কঢ়িওৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

ঘটনাত নিহত লোকজনৰ নাম পবিত্ৰ পোদ্দাৰ। অৱশ্যে তেওঁৰ পত্নীৰ নাম এতিয়াও জানিব পৰা নাই। ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে আহতসকলক গোৱালপাৰা চিভিল হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

Also Read: পঞ্চায়ত নিৰ্বাচনৰ হিংসাঃ বংগত পুনৰ ৩ জন গুলীবিদ্ধ, মৃত্যুৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি...

পথ দুৰ্ঘটনা