New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/e650154a-7bd8-4d7c-8fbf-b060a0613d35/pic_eimuhurtor_khobor_copy.jpg)
গোৱালপাৰাৰ হালদাপাৰাত অঘটন।
পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰাৰ চেষ্টা এজন যুৱকৰ।
যুৱকজনক ৰাহুল কুমাৰ বুলি চিনাক্ত আৰক্ষীৰ।
যুৱকজনৰ ঘৰ গুৱাহাটীৰ ভূতনাথত।
যুৱকজনক উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্রেৰণ কৰা হৈছে।
যুৱকজনৰ কাষতে উদ্ধাৰ এটা 9mm পিষ্টল, এখন স্কুটী।
স্কুটীখনৰ নং- AS01 FE 6943।
বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা।