/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/7567261a-e191-49f7-b0a6-e772fc2dc72b/rrrr.jpg)
গোৱালপাৰাৰ নৰনাৰায়ণ সেতুত অঘটন।
নৰনাৰায়ণ সেতুৰ পৰা ব্রহ্মপুত্র নৈত জাঁপ যুৱতীৰ।
যুৱতীগৰাকীয়ে নৈত জাঁপ দিয়া প্রত্যক্ষ কৰে স্থানীয় একাংশই।
বৰ্তমানলৈ যুৱতীগৰাকীৰ পৰিচয় লাভ কৰা নাই আৰক্ষীয়ে।
নৰনাৰায়ণ সেতুত উদ্ধাৰ যুৱতীগৰাকীৰ চেণ্ডেল।
যুৱতীগৰাকীৰ সন্ধানত আৰক্ষীৰ অভিযান আৰম্ভ।
কি কাৰণে যুৱতী গৰাকীয়ে আত্মহত্যা কৰিলে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us