গোৱালপাৰাত নিশা বনকৰ্মীক আক্ৰমণ কাঠ মাফিয়াৰ

গোৱালপাৰাত নিশা বনকৰ্মীক আক্ৰমণ কাঠ মাফিয়াৰ
  • গোৱালপাৰাৰ কৃষ্ণাই শালপাৰা দৰাপাৰাত নিশা উত্তপ্ত পৰিস্থিতি

  • বন বিভাগৰ লোকক আক্রমণ চোৰাং কাঠ মাফিয়া আৰু একাংশ স্থানীয়ৰ

  • আক্রমণত নিহত বন বিভাগৰ এজন লোক

  • নিহতজনৰ নাম ৰাজবীৰ আহমেদ

  • গুৰুতৰভাৱে আহত আন তিনিজন

  • আহত: মবিনুৰ ৰহমান, নজৰুল ইছলাম, মস্তফা আলী

  • আহতসকলক উন্নত চিকিৎসাৰ বাবে GMCHত ভৰ্তি

  • চোকা অস্ত্রৰে আক্রমণ বন বিভাগৰ দলটোক

  • বৰো মাটিয়া সংৰক্ষিত বনাঞ্চলত অভিযান চলাইছিল বন বিভাগে

  • এখন ট্রেক্টৰসহ কটা শাল গছ জব্দ কৰিছিল দলটোৱে

  • ট্রেক্টৰসহ শাল গছ বন বিভাগৰ কাৰ্যালয়লৈ আনি থকাৰ সময়তে আক্রমণ

  • বন বিভাগৰ লোকক আক্রমণৰ পিছত লুটপাতো চলাই বন মাফিয়াই

  • এটা ম’বাইল আৰু দুটা সোণৰ আঙঠি কাঢ়ি লৈ যায় বন মাফিয়াই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in