/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
ei muhurtar khabar
গোৱালপাৰাৰ শিমলীতোলাত সংঘটিত হৈছে শোকাৱহ ঘটনা ।
গেৰুৱা সূতাত নাও বুৰি সন্ধানহীন হৈছে ৫জন লোক।
ইতিমধ্যে তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
উদ্ধাৰ হোৱা কেইজন ক্ৰমে মনজিৎ সাহা, গৌৰাংগ মালাকাৰ, জিৎ কৰ্মকাৰ বুলি জানিব পৰা গৈছে।
এতিয়াও সন্ধান নাই উদয় সৰকাৰ আৰু সুজন মালাকাৰৰ।
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।