/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
ৰংজুলিত শোকাৱহ পথ দুৰ্ঘটনাত নিহত বাইক চালকঃ আহত এজন...
নিশা ৰংজুলিত শোকাৱহ পথ দুৰ্ঘটনা।
ৰখাই থোৱা ট্রাকত খুন্দা তীব্রবেগী বাইকৰ।
থিতাতে নিহত বাইক চালক।
নিহত বাইক চালকজনৰ নাম পৱন কুমাৰ শ্বাহ।
গুৰুতৰভাৱে আহত আন এজন বাইক আৰোহী।
আহতজনৰ নাম সূত্রজিৎ বসুমতাৰী।
Also Read: ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ভট্টদেৱ বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি