/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/1c8d9fad-59a6-4635-adff-4ebba7496455/download.jpg)
গোৱালপাৰা নৱাগত শিমলীতোলা বজাৰত বন বিভাগৰ অভিযান।
অভিযানত বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ জব্দ।
বন বিভাগৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ৰ নিৰ্দেশতে চলিছিল অভিযান।
প্রায় ৪০ লাখ টকাৰ চোৰাং কাঠ জব্দ কৰিব সক্ষম।
মুখ্য কাৰ্যালয়ৰ DFO কুশল কুমাৰ ডেকাৰ নেতৃত্বত চলিছিল অভিযান।
ইফালে গৰৈমাৰীৰ লাৰুৱাজানতো বন বিভাগৰ অভিযান।
অভিযানত বৃহৎ পৰিমাণৰ মূল্যৱান ফলা নন শাল কাঠ জব্দ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us