গোৱালপাৰাত বন বিভাগৰ অভিযানত জব্দ প্ৰায় ৪০ লাখ টকাৰ চোৰাং কাঠ

গোৱালপাৰা নৱাগত শিমলীতোলা বজাৰত বন বিভাগৰ অভিযান।
গোৱালপাৰাত বন বিভাগৰ অভিযানত জব্দ প্ৰায় ৪০ লাখ টকাৰ চোৰাং কাঠ
  • গোৱালপাৰা নৱাগত শিমলীতোলা বজাৰত বন বিভাগৰ অভিযান।

  • অভিযানত বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ জব্দ।

  • বন বিভাগৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ৰ নিৰ্দেশতে চলিছিল অভিযান।

  • প্রায় ৪০ লাখ টকাৰ চোৰাং কাঠ জব্দ কৰিব সক্ষম।

  • মুখ্য কাৰ্যালয়ৰ DFO কুশল কুমাৰ ডেকাৰ নেতৃত্বত চলিছিল অভিযান।

  • ইফালে গৰৈমাৰীৰ লাৰুৱাজানতো বন বিভাগৰ অভিযান।

  • অভিযানত বৃহৎ পৰিমাণৰ মূল্যৱান ফলা নন শাল কাঠ জব্দ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in