গোৱালপাৰাত ভোট দিবলৈ গৈ প্ৰাণ হেৰুৱালে মহিলাই…

গোৱালপাৰাত ভোট দিবলৈ গৈ প্ৰাণ হেৰুৱালে মহিলাই…

author-image
asomiyapratidin
New Update
বোকাখাতত চাঞ্চল্যকৰ হত্যাকাণ্ড

  • গোৱালপাৰাৰ টিপলাইৰ চিতলমাৰী বনগাঁও ভোটগ্ৰহণ কেন্দ্ৰত অঘটন।
  • এগৰাকী মহিলা ভোটাৰৰ মৃত্যু।
  • ভোট দিবলৈ গৈ ভোটগ্ৰহণ কেন্দ্ৰতে ঢলি পৰিছিল মহিলাগৰাকী।
  • মৃত মহিলাগৰাকীৰ নাম কুনন নাথ।
  • ৰংজুলি হাস্পতালত মৃত্যু ঘটে মহিলাগৰাকীৰ।
  • মৃত মহিলাগৰাকীৰ ঘৰ খোলেপাৰা গাঁৱত।