New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-plate.jpg)
- গোৱালপাৰাত পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
- গোৱালপাৰা জিলাৰ চাৰিটা সমষ্টিৰ পুৱা ৭ বজাৰপৰা বিয়লি ৫ বজালৈকে ভোটদানৰ হাৰ ৮২:৪০ শতাংশ।
- দুধনৈৰ মুঠ ভোটদানৰ হাৰ ৮২.৫৬ শতাংশ।
- পূব গোৱালপাৰাত মুঠ ভোটদানৰ হাৰ ৮৩.৯৫ শতাংশ।
- পশ্চিম গোৱালপাৰা জিলাত মুঠ ভোটদানৰ হাৰ ৫ বজালৈকে ৮২.৬০ শতাংশ।
- জলেশ্বৰত মুঠ ভোটদানৰ হাৰ ৭৯.৮৫ শতাংশ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/1a6faf6f-f030-4de9-8c84-044bbea484d3.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us