অসম মুখ্য-পৃষ্ঠা ছুইচাইড নোট লিখি ব্ৰহ্মপুত্ৰত জাঁপ দিলে এজনে… ছুইচাইড নোট লিখি ব্ৰহ্মপুত্ৰত জাঁপ দিলে এজনে… asomiyapratidin 13 Jul 2022 15:25 IST Follow UsNew Updateগোৱালপাৰাত অঘটন।বুধবাৰে সংঘটিত হয় এই ঘটনা।জিলা সত্র ন্যায়াধীশৰ অস্থায়ী কৰ্মচাৰী লোহিত দাসৰ আত্মহত্যা।জিলা সত্র ন্যায়াধীশ শৰ্মিলা ভূঞাই মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ।ছুইছাইড নোটত লিখি ব্রহ্মপুত্রত জাঁপ দিলে লোহিত দাসে assam suicideআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক