New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন. road accident
গোৱালপাৰাৰ কুকুৰকাটাৰ বায়দাত শোকাৱহ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী, আহত এজন।
নিহতজন মেঘালয়ৰ বাজেংডোবাৰ জেইৰীনষ্টন চাংমা।
আহত লোকজন সঞ্জু মাৰাক।
নিয়ন্ত্রণ হেৰুৱাই তীব্র বাইকে খুন্দিয়াই নিৰ্মাণকাৰ্য চলি থকা মিক্সাৰ মেচিনত।