New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
গোৱালপাৰাৰ ধূপধৰাৰ ধনুভাঙাত পথ দুৰ্ঘটনা।
ধনুভাঙাৰ আৱৈমাৰীত সংঘটিত এই ঘটনা।
দেওবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।
নিয়ন্ত্রণ হেৰুৱাই দলঙৰ খুঁটাত খুন্দা বাইক আৰোহীৰ।
দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী।
নিহত যুৱকজন বনগাঁও গাৰোপাৰাৰ হৰকান্ত বসুমতাৰী।
গুৰুতৰভাৱে আহত বিশ্বজিৎ ৰাভা নামৰ আনজন বাইক আৰোহী।