/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/police-arrested-thief-newsface.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্ক: গোৱালপাৰাৰ আগিয়াত এক লজ্জাজনক কাণ্ড সংঘটিত হয়। ৩ লম্পটৰ কামনাৰ বলি এগৰাকী স্কুলীয়া ছাত্রী।
১ অক্টোবৰত গধাৰবড়ি জংঘলত সংঘটিত হয় এই ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি ছাত্রী গৰাকী স্কুলৰ পৰা ঘৰলৈ উভতাৰ সময়ত এই কাণ্ড সংঘটিত হয়।
পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে ৩ লম্পটক আটক কৰিছে আৰক্ষীয়ে। আটক হোৱা অভিযুক্ত কেইজন ক্ৰমে আলম, আক্কাছ, আজিবুল। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।স
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us