গোৱালপাৰা আৰক্ষীৰ বৃহৎ সফলতা : অলংকাৰসহ উদ্ধাৰ বহু সামগ্ৰী...

গোৱালপাৰাৰ আৰক্ষীয়ে ৪০ লক্ষাধিক টকাৰ সোণ, ৰূপৰ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়

author-image
Asomiya Pratidin
New Update
গোৱালপাৰা আৰক্ষীৰ বৃহৎ সফলতা : অলংকাৰসহ উদ্ধাৰ বহু সামগ্ৰী...

ডিজিটেল ডেস্ক : গোৱালপাৰা আৰক্ষীৰ বৃহৎ সফলতা। গোৱালপাৰাৰ আৰক্ষীয়ে ৪০ লক্ষাধিক টকাৰ সোণ, ৰূপৰ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে নগদ ধন, লেপটপ, ম’বাইল, কেমেৰাও উদ্ধাৰ কৰে আৰক্ষীয়ে।

Advertisment

আনহাতে আৰক্ষীয়ে কেইবাখনো বাহন জব্দ কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে ৬জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। অমিত বিশ্বাস, আব্দুল কৰিম, হাছানুৰ আলী, নুৰ আলম, জহিৰুল হক, গোপাল দাসক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আৰু পঢ়ক : দুৰ্গা পূজা: কি কি নিয়ম মানিব লাগিব এইবাৰ...

goalpara goalpara police assam