জেহাদিৰ ঘাটিলৈ ৰূপান্তৰ গোৱালপাৰাৰ পাখিওৰা চৰ, মাদ্ৰাছত শিক্ষক হিচাপে নিযুক্তি ২ জেহাদী…

জেহাদিৰ ঘাটিলৈ ৰূপান্তৰ গোৱালপাৰাৰ পাখিওৰা চৰ, মাদ্ৰাছত শিক্ষক হিচাপে নিযুক্তি ২ জেহাদী…

author-image
asomiyapratidin
New Update
কিশোৰীক গৰ্ভপাতঃ বকোত ভুৱা চিকিৎসকসহ দুজনক জে’ললৈ প্ৰেৰণ…

প্ৰতীকি ফটো

ডিজিটেল ডেস্ক: জেহাদিৰ ঘাটিলৈ ৰূপান্তৰ গোৱালপাৰাৰ পাখিওৰা চৰ। জেহাদী জালালুদ্দিনে পাখিওৰাত স্থাপন কৰিছিল এখন মাদ্রাছা ।

Advertisment

মাদ্রাছাখনৰ নাম পাখিওৰা দাৰোগাৰ আলগছৰ মাদ্রাছা।অভিযোগ অনুসৰি এই মাদ্রাছাখনত শিক্ষক হিচাপে নিযুক্তি দিছিল দুই জেহাদীক।

জেহাদী দুটা বাংলাদেশৰ জাহাংগীৰ আলম, আমিনুল । স্থানীয় ইমাম আব্বাছ আলীয়ে দুয়োকে উলিয়াই দিছিল দুয়োকে চিম কাৰ্ড।

ইতিমধ্যে বঙাইগাঁও আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল আব্বাছ আলীক। লগতে জাহাংগীৰ আলম, আমিনুলক বিচাৰি আৰক্ষীৰ অভিযান আৰম্ভ কৰিছে।

মাদ্রাছাৰ কাষত ঘৰ সাজি বাস কৰিছিল দুই জেহাদীয়ে। বাসগৃহটোৰ পৰা উদ্ধাৰ ABTৰ দ্বাৰা প্রকাশিত কাগজপত্র, কিতাপৰ লগতে বহু সামগ্ৰী।

আৰু পঢ়ক: তেতিয়াৰ 'বেড বয়' ছানি বৰুৱা এতিয়া 'কোটিপতি' হয়..

goalpara jihadi assam Assam police