নিজ শৰীৰত বিষাক্ত বেজী লৈ আত্মহত্যা জি.এম.চি.এইছৰ এগৰাকী কৰ্মচাৰীৰ...

গুাৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

author-image
Asomiya Pratidin
New Update
নিজ শৰীৰত বিষাক্ত বেজী লৈ আত্মহত্যা জি.এম.চি.এইছৰ এগৰাকী কৰ্মচাৰীৰ...

GMCH

ডিজিটেল ডেস্ক : গুাৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হাস্পতালৰ আই.চি.ইউৰ টেকনিচিয়ান এগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্তৰ পথ বাছি লোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আত্মহত্যা কৰা কৰ্মচাৰীজনৰ নাম পাপু দাস। নিজ শৰীৰত বিষাক্ত বেজী লৈ আত্মহত্যা কৰে কৰ্মচাৰীজনে। উল্লেখ্য যে হাস্পতালৰ এজন জ্যেষ্ঠ বিষয়াৰ সৈতে সংঘাতত লিপ্ত হৈছিল কৰ্মচাৰীজন। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত তিনি সপ্তাহ পূৰ্বে কৰ্মত যোগদান কৰিছিল পাপু দাসে।

assam gmch guwahati