ৰাজ্যৰ প্ৰশাসনত ৰদ-বদল…

ৰাজ্যৰ প্ৰশাসনত ৰদ-বদল…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

  • GMCৰ আয়ুক্ত দেৱাশিস শৰ্মাক বদলি।
  • মৰিগাঁৱৰ উপায়ুক্ত হিচাপে বদলি শৰ্মাক।
  • GMCৰ আয়ুক্ত দায়িত্বত মেঘা নিধি দাহাল।
  • পূৰ্বে শিৱসাগৰ জিলাৰ উপায়ুক্ত আছিল দাহাল।
  • মৰিগাঁৱৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াক বদলি।
  • অসম চৰকাৰৰ হাউচিং আৰু নগৰ পৰিক্ৰমা বিভাগলৈ বদলি ঘৰফলীয়াক।
  • IAS ড০ ছাদনেক সিঙক ওদালগুৰিৰ উপায়ুক্ত হিচাপে বদলি।
  • ড০ পি উদয় পাৰবিনক গোলাঘাটৰ উপায়ুক্ত হিচাপে বদলি।
  • গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাক বদলি।
  • বৰুৱাক অসম চৰকাৰৰ যুটীয়া সচিব হিচাপে বদলি।
  • আদিত্য বিক্ৰম যাদৱক শিৱসাগৰৰ উপায়ুক্ত হিচাপে বদলি।
assam Assam police himanta biswa sarma