জি এম চি কেলেংকাৰীত বহু বিষয়া-অভিযন্তাৰ নাম, এইবাৰ মিতু আগৰৱালৰ বিৰুদ্ধে অভিযোগ…

জি এম চি কেলেংকাৰীত বহু বিষয়া-অভিযন্তাৰ নাম, এইবাৰ মিতু আগৰৱালৰ বিৰুদ্ধে অভিযোগ…

author-image
asomiyapratidin
New Update
৩ মাহ ধৰি সন্ধানহীন উমেশ, অৱশেষত ঘৰৰ শৌচাগাৰৰ গাঁতত উদ্ধাৰ কংকাল…

ডিজিটেল ডেস্ক: ;চি এম ভিজিলেন্সৰ তদন্তত পোহৰলৈ আহিছে জি এম চিৰ ন ন তথ্য। ২০২১ চনত মিতু আগৰৱালা নামৰ লোকজনে জি এম চিৰ ঠিকা লৈছিল এসপ্তাহৰ বাবে।

Advertisment

অভিযোগ অনুসৰি মিতুই এবাৰত ১০হাজাৰ পৰিৱৰ্তে ১১,৭০০টকাকৈ বিল দাখিল কৰিছিল । জি এম চিৰ কেলেংকাৰীত নাম সাঙোৰ খাইছিল বহু বিষয়া-অভিযন্তাৰ।

অতি শীঘ্রে প্রায় ২০জনক তলব কৰিব চিএম ভিজিলেন্সে। তেনে বিষয়াৰ তথ্য যুগুত কৰি হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল চিএম ভিজিলেন্স। ইতিমধ্যে সেই তথ্য লৈ চিএম ভিজিলেন্সত উপস্থিত দুই কৰ্মচাৰী।

আৰু পঢ়ক: সাত দফীয়া দাবী লৈ চিৰাঙৰ কাজলগাঁৱত আমছুৰ ধর্মঘট…

assam gmc Assam police