অসম মুখ্য-পৃষ্ঠা গুৱাহাটী পৌৰ নিৰ্বাচনৰ দিন সলনি… গুৱাহাটী পৌৰ নিৰ্বাচনৰ দিন সলনি… asomiyapratidin 31 Mar 2022 16:50 IST Follow UsNew Updateসলনি হ'ল গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ দিন।২২ এপ্ৰিলত হ'ব নিৰ্বাচন।২৪ এপ্ৰিলত ভোট গণনা।পূৰ্বতে ১৯ এপ্ৰিলত হোৱাৰ কথা আছিল নিৰ্বাচন।বিহুৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনৰ দিন সলনি। GMC ELECTION guwahatiআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক