নলা-নৰ্দমা পৰিষ্কাৰ নাই, ভোট দিবলৈ আহি প্ৰশ্নবানৰ সন্মুখীন সাংসদ কুইন ওজা

নলা-নৰ্দমা পৰিষ্কাৰ নাই, ভোট দিবলৈ আহি প্ৰশ্নবানৰ সন্মুখীন সাংসদ কুইন ওজা

author-image
asomiyapratidin
New Update
নলা-নৰ্দমা পৰিষ্কাৰ নাই, ভোট দিবলৈ আহি প্ৰশ্নবানৰ সন্মুখীন সাংসদ কুইন ওজা

  • আজি গুৱাহাটীত অনুষ্ঠিত গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • লাচিত নগৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাৱ্যস্ত সাংসদ কুইন ওজাৰ।
  • ভোট সাৱ্যস্ত কৰাৰ পাছতেই ভোটাৰৰ প্ৰশ্নবানৰ সন্মুখীন সাংসদ গৰাকী।
  • ৰাজপথত থকা জাবৰ জোথৰ, নলা-নৰ্দমা পৰিষ্কাৰ নথকাৰ বাবে প্ৰশ্নৰ সন্মুখীন।
  • তাৰপাছতেই জিএমচিৰ বিষয়াক ফোনযোগে ধমক দিয়ে সাংসদ গৰাকীয়ে।
  • লগে লগে পৰিষ্কাৰ কৰা হয় পথটো।
  • ৰাইজকো ৰাজপথ পৰিষ্কাৰকৈ ৰখাৰ বাবে আহ্বান সাংসদ গৰাকীৰ।
assam gmc guwahati