New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/assembly-elections-2018-1539589052.jpg)
- আজি পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ।
- চানমাৰীৰ নিজৰাপাৰ প্ৰাথমিক কেন্দ্ৰত EVM বিসংগতি।
- কেন্দ্ৰটোৰ সোঁ-শাখাত থকা EVMৰ কন্ট্ৰ'ল ইউনিটত বিসংগতি।
- প্ৰয়োজনত সলনি কৰা হ'ব কন্ট্ৰ'ল ইউনিট।
- কেন্দ্ৰটোত ভোটগ্ৰহণ পলমকৈ হোৱাৰ সম্ভৱণা।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us