New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/liquor.jpg)
- ২২ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ'ব পৌৰনিগম নিৰ্বাচন।
- ইয়াৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে ২০ এপ্ৰিল আবেলি ৪.৩০ বজাৰ পৰা ২২ এপ্ৰিল আবেলি ৪.৩০ বজালৈ ড্ৰাই ডে' ঘোষণা কৰিছে।
- লগতে ২৪ এপ্ৰিলত ভোট গণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ঘোষণা কৰা হৈছে ড্ৰাই ডে'।
- এই সময়চোৱাত পৌৰনিগম এলেকাত থকা সকলো ধৰণৰ সুৰাৰ পাইকাৰী তথা খুচুৰা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
- লগতে পন্যাগাৰ, আই এম এফ এল তথা দেশীয় সুৰাৰ দোকানসমূহো বন্ধ ৰাখিবলৈ নিৰ্গদেশ দিয়া হৈছে।