
বোকা কেলেংকাৰিত জড়িত জি.এম.চিৰ মুখ্য অভিযন্তা তজদিকুৰ ৰহমানক গ্ৰেপ্তাৰ।
ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মুখ্য অভিযন্তা গৰাকীক।
মুখ্যমন্ত্রীৰ বিশেষ নিৰীক্ষণ কোষে গ্রেপ্তাৰ কৰে বিষয়াজনক।
বিমানেৰে তেওঁক লৈ অনা হয় গুৱাহাটীলৈ।
ৰহমানক বিমান বন্দৰৰ পৰা পোনে পোনে লৈ যোৱা হ'ব আদালতলৈ।