নগাঁৱত আই পি এলৰ বৃহৎ জুৱা ঘাটি উৎখাত

নগাঁৱত আই পি এলৰ বৃহৎ জুৱা ঘাটি উৎখাত

author-image
asomiyapratidin
New Update
নগাঁৱত আই পি এলৰ বৃহৎ জুৱা ঘাটি উৎখাত

  • নগাঁৱত আই পি এলৰ বৃহৎ জুৱা ঘাটি উৎখাত।
  • বুধবাৰে নিশা কাটিমাৰী গ্ৰান্টত আৰক্ষীৰ অভিযান।
  • আৰক্ষীৰ অভিযানত কৰায়ত্ব ছটাকৈ জুৱাৰী।
  • আব্দুল ৰহমান নামৰ লোকজনৰ ঘৰত বাহৰ পাতি আছিল এই বৃহৎ দলটো।
  • আৰক্ষীয়ে উদ্ধাৰ কৰিছে বৃহৎ পৰিমানৰ ধন।
  • আৰক্ষীয়ে কৰায়ত্ব কৰা সকলৰ ভিতৰত আছে ইছমাইল হুছেইন , নজৰুল ইছলাম , আনোৱাৰ আদি।
  • কৰায়ত্ব হোৱা সকলৰ মাজত আছে নগাঁও বিশেষ কাৰাগাৰৰ কৰ্মচাৰী।
  • কাৰাগাৰৰ কৰ্মচাৰী জনৰ নাম হৈছে ৰফিকুল ইছলাম
nagaon assam Assam police