অসম মুখ্য-পৃষ্ঠা সোণাপুৰত কিশোৰীৰ ৰহস্যজনক মৃত্যু… সোণাপুৰত কিশোৰীৰ ৰহস্যজনক মৃত্যু… asomiyapratidin 14 Apr 2022 17:35 IST Follow UsNew Updateসোণাপুৰৰ মৌ-পুৰত এগৰাকী ছাত্রীৰ ৰহস্যজনক মৃত্যু।নিজ বাসগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ ছাত্রীগৰাকীৰ মৃতদেহ।প্রেমজনিত কাৰণত এই সিদ্ধান্ত লোৱা বুলি একাংশৰ সন্দেহ।ঘটনা সন্দৰ্ভত সোণাপুৰ আৰক্ষীৰ তদন্ত অব্যাহত। assam minor girl deadআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক