New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/acc5df7b-c305-4da0-8e3b-07a1ad876978/download.jpg)
-
নাৰেংগীত এগৰাকী যুৱতীক চুৰীৰে আঘাত।
-
সংকটজনক অৱস্থাত যুৱতী গৰাকীক জি এম চি এইটচ ভৰ্তি কৰা হৈছে।
-
ঘটনাস্থলীত উপস্থিত আৰক্ষী।
-
কি কাৰণত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বৰ্তমানলৈ জানিব পৰা হোৱা নাই।