নাৰেংগীত যুৱতীক চুৰীৰে আক্ৰমণ, অৱস্থা সংকটজনক...

নাৰেংগীত এগৰাকী যুৱতীক চুৰীৰে আঘাত।
নাৰেংগীত যুৱতীক চুৰীৰে আক্ৰমণ, অৱস্থা সংকটজনক...
  • নাৰেংগীত এগৰাকী যুৱতীক চুৰীৰে আঘাত।

  • সংকটজনক অৱস্থাত যুৱতী গৰাকীক জি এম চি এইটচ ভৰ্তি কৰা হৈছে।

  • ঘটনাস্থলীত উপস্থিত আৰক্ষী।

  • কি কাৰণত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in