New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/agrani-new-election-2019-face-pic.jpg)
- ২৭ নং গুৱাহাটী তেল শোধনাগাৰ ইনষ্টিটিউট ছেক্টৰ-২ পূব শাখাৰ ভোটগ্ৰহণ কেন্দ্ৰত বন্ধ হৈ আছে ভোটদান।
- ই ভি এম বিকল হোৱাৰ বাবে ভোটদানত ব্যাঘাত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/9a6e276f-5db4-4ecf-9842-850256d3d6b0.jpg)
- ভোটগ্ৰহণ কেন্দ্ৰটোৰ সন্মুখত ৰৈ আছে যথেষ্ট সংখ্যক ভোটাৰ।
- দীৰ্ঘ সময় ধৰি ভোটগ্ৰহণ বন্ধ হৈ থকাৰ বাবে ভোটাৰ ৰাইজৰ অসন্তুষ্টি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/ce5698e4-83f3-48f8-92f3-00acc8386c5d.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us