New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/bobbeeta-queen.jpg)
- গুৱাহাটী সমষ্টিত পুনৰ বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি।
- কুইন ওজাই এতিয়ালৈকে লাভ কৰা ভোটৰ সংখ্যা ২৭২১৫১টা।
- কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই লাভ কৰিছে ২৭১৭২৫টা ভোট।
- মুঠ ভোটগণনা হোৱা ভোটৰ সংখ্যা ৫৭৩২৫০টা।
- সমষ্টিটোত মুঠ ভোটদান কৰা ভোটাৰৰ সংখ্যা আছিল ১৭৬০৫১১।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us