ৰসেশ্বৰ শইকীয়া বৰবায়নৰ ‘সত্ৰীয়া নৃত্যৰ সঁফুৰা মেলি’ গ্ৰন্থ উন্মোচন…

ৰসেশ্বৰ শইকীয়া বৰবায়নৰ ‘সত্ৰীয়া নৃত্যৰ সঁফুৰা মেলি’ গ্ৰন্থ উন্মোচন…

author-image
asomiyapratidin
New Update
ৰসেশ্বৰ শইকীয়া বৰবায়নৰ ‘সত্ৰীয়া নৃত্যৰ সঁফুৰা মেলি’ গ্ৰন্থ উন্মোচন…

  • গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচনী সভা।
  • অধ্যাপক ৰসেশ্বৰ শইকীয়া বৰবায়নৰ 'সত্ৰীয়া নৃত্যৰ সঁফুৰা মেলি' গ্ৰন্থ উন্মোচন।
  • নৃত্য গুৰু ৰসেশ্বৰ শইকীয়া বৰবায়ন স্মাৰক গ্ৰন্থ প্ৰণয়ন সমিতিৰ প্ৰযত্নত গ্ৰন্থ উন্মোচনী অনুষ্ঠান।
  • গ্ৰন্থখন উন্মোচন কৰে ড০ প্রদীপজ্যোতি মহন্তই।
  • প্ৰকাশক : সংগীত সত্ৰ, চান্দমাৰি, গুৱাহাটী।
  • গ্ৰন্থখন সম্পাদনা কৰে নীৰেন কাকতিয়ে।
  • সভাত ড০ প্রদীপজ্যোতি মহন্ত, সত্ৰীয়া নৃত্যৰ সাধক গোবিন্দ শইকীয়া, গ্ৰন্থ উন্মোচনী সভাৰ বিষয়ববীয়াৰ লগতে অনুষ্ঠানৰ লগত জড়িত ব্যক্তি উপস্থিত থাকে।
  • লস সঞ্চালক স্বপ্ননীল বৰুৱা, গ্ৰন্থ সম্পাদনা নীৰেন কাকতি, শাৰদী শইকীয়া, ডাঃধ্ৰৱজ্যোতি বৰা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
assam guwahati