তীব্ৰবেগী ডাম্পাৰৰ খুন্দা মেজিকত, আছিল ১০-১২ গৰাকী যাত্ৰী...

road accident
road accidentroad accident
  • ঘিলাধাৰীৰ লোণপুৰীয়া গাঁৱত পথ দুৰ্ঘটনা।

  • তীব্রবেগী ডাম্পাৰে খুন্দিয়ালে এখন মেজিকত।

  • দুৰ্ঘটনাত ১০ গৰাকী যাত্রী আহত।

  • গোলাঘাটৰ পৰা বৰহোলা অভিমুখী আছিল ডাম্পাৰখন।

  • ইয়াৰে দুজন যাত্রীৰ অৱস্থা সংকটজনক।

  • ঘটনা সংঘটিত কৰিয়েই পলায়ন ডাম্পাৰখনৰ চালক-হেণ্ডিমেনৰ।

  • আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in