New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
ঘিলাধাৰীৰ লোণপুৰীয়া গাঁৱত পথ দুৰ্ঘটনা।
তীব্রবেগী ডাম্পাৰে খুন্দিয়ালে এখন মেজিকত।
দুৰ্ঘটনাত ১০ গৰাকী যাত্রী আহত।
গোলাঘাটৰ পৰা বৰহোলা অভিমুখী আছিল ডাম্পাৰখন।
ইয়াৰে দুজন যাত্রীৰ অৱস্থা সংকটজনক।
ঘটনা সংঘটিত কৰিয়েই পলায়ন ডাম্পাৰখনৰ চালক-হেণ্ডিমেনৰ।
আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন।